বিগত কিছুদিনৰ পৰা ৰাজ্যত ধাৰাবাহিক বৰষুণ হৈ আছে। 

5 une 2025

TV9 ASSAM

পুনৰ কামৰূপ আৰু কামৰূপ মেট্ৰ’ত বৰষুণৰ সম্ভাৱনা।

বতৰৰ বতৰা

পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত আহি আছে বৰষুণ।

বতৰৰ বতৰা

ইয়াৰ মাজৰে বতৰ বিজ্ঞানে দিছে সতৰ্কবাণী।

বতৰৰ বতৰা

১- ২ ঘন্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব পাৰে বজ্ৰপাত।

বতৰৰ বতৰা

 ৩ ঘণ্টাৰ ভিতৰত কামৰূপৰ লগতে দৰং আৰু ওদালগুৰিতো বৰষুণ অহাৰ সম্ভাৱণা।

বতৰৰ বতৰা

ইয়াৰ মাজতে খবৰ আহিছে বিগত ২৪ ঘন্টাৰ ভিতৰত বানৰ কবলত ২১ খন জিলা আৰু ১৪৯৪ খন গাওঁ।

বতৰৰ বতৰা

ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈ। ফলত বানৰ কবলত ৬৭৯৪২৩ গৰাকী লোক।

বতৰৰ বতৰা

পঢ়িবলৈ ক্লিক কৰক 

আজি বিশ্ব পৰিৱেশ দিৱস