গ্ৰীষ্মকালত আৰু গৰম বতৰত ঘাম ওলোৱাটো স্বাভাৱিক।
31 May 2025
TV9 ASSAM
কিন্তু গৰমত যদি অত্যাধিক ঘাম ওলাই তেনেহ'লে ইয়াক সহজভাৱে নল'ব।
ঘাম
কাৰণ এয়া আপোনাৰ শৰীৰত হাইপাৰহাইড্ৰোচিছ ৰোগৰ লক্ষণ হ’ব পাৰে।
কাৰণ
ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। যি আমাৰ দেহৰ বাবে বিপদজ্জনক হ’ব পাৰে।
ঘাম
সাৱধান নহ'লে পাছত মগজুৰ ষ্ট্ৰোক আৰু হৃদৰোগ পৰ্যন্ত হ’ব পাৰে।
ঘাম
কিন্তু যদি আপোনাৰ অত্যাধিক ঘাম ওলাইছে তেন্তে ই দুৰ্বল স্বাস্থ্যৰ লক্ষণ।
কাৰণ
কিছুমানৰ ঘাম হাতৰ মুখ, কপাল আৰু হাতৰ তলুৱাত অধিক ওলায়।
সাৱধান
যদি আপোনা অত্যাধিক ঘাম ওলাই তেন্তে চিকিৎসকৰ ওচৰলৈ শীঘ্ৰে যাওঁক।
পৰামৰ্শ
চাবলৈ ক্লিক কৰক
মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৫ টা ডাঙৰ বিতৰ্কৰ বিষয়ে জানো আহক
Learn more