পৰিৱৰ্তিত জীৱনশৈলীৰ ফলত এই সমস্যা বাঢ়িছে।

6  Dec 2025

TV9 ASSAM

মাহেকীয়া পলম হোৱা মানে PCOD ৰ সমস্যা নহবও পাৰে। কিয়নো পলমকৈ মাহেকীয়া অন্য কাৰনতো হয়।

উপকাৰ

পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ ফলত ৩০ বছৰ বয়সৰ পিছত মহিলাৰ PCOS দেখা যায়।

উপকাৰ

ডাঃ বাণী পুৰী ৰাৱটে কয় যে বৰ্তমান ইয়াৰ কোনো সঠিক কাৰণ পোৱা হোৱা নাই।

সমস্যা

মদ, ধূমপান, অস্বাস্থ্যকৰ খাদ্য আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এনে হ’ব পাৰে।

কাৰণ

লক্ষণ- অস্বাভাৱিক নোমৰ বৃদ্ধি, ব্ৰণ, মেদবহুলতা, ছাল ক’লা হোৱা, ছালৰ টেগ, চুলি পাতল হোৱা।

লক্ষণ

এই ৰোগৰ চিকিৎসা সময়মতে নহ'লে পিছলৈ মাতৃ হোৱাৰ ক্ষেত্ৰত সমস্যা হয়।

সমস্যা

 ইয়াৰ পৰা হাত সাৰিবলৈ জীৱনশৈলী উন্নত কৰিব লাগিব।

মনত ৰাখক

লগতে পঢ়ক

ৰণবীৰ সিঙৰ যাদু!