বাৰে বাৰে এলাৰ্জীয়ে সমস্যাৰ সৃষ্টি কৰিছে নেকি?

14  Dec 2025

TV9 ASSAM

এলাৰ্জী হৈছে দেহৰ প্ৰতিৰোধ প্ৰণালীৰ অতিসংবেদনশীলতা (hypersensitivity) হোৱা বিকাৰ।

কাৰণ

চকু ৰঙা কৰা, খজুৱতি, চৰ্দি, এক্‌জেমা, ছালৰ চকলা-চকল, হাপানীৰ আক্ৰমণ আদি লক্ষণৰ সৃষ্টি কৰে।

ফলত

 খাদ্যবস্তুৰ এলাৰ্জেন প্ৰতি অতিমাত্ৰা এলাৰ্জীয়ে প্ৰাণনাশী এনাফাইলেক্সিছৰ সৃষ্টি কৰে। 

এলাৰ্জী

কোনো ব্যক্তিৰ এলাৰ্জী হোৱা বস্তুৰ সংস্পৰ্শলৈ অহাৰ পিছতে দেহত এলাৰ্জীৰ লক্ষণ দেখা দিব পাৰে। 

এলাৰ্জী

ঘৰুৱা উপায় হিচাপে গৰম গাখীৰৰ লগত যদি হালধি মিলাই এচামুচ শোৱাৰ আগত সদায় খাওক।

উপকাৰ

কিছুমান লোকৰ বতৰৰ পৰিৱৰ্তনৰ বাবেও এলাৰ্জী হোৱা দেখা যায়।

সমস্যা

কাৰোবাৰ যদি ধূলি লাগিলে এলাৰ্জি হয়, কাৰোবাৰ আকৌ কিছুমান খাদ্য খালে এলাৰ্জি হয়। 

মনত ৰাখক

লগতে পঢ়ক

বৃদ্ধি পাইছে বায়ু প্ৰদূষণ