পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি ঘটে?

13 Jan 2026

TV9 ASSAM

পাকঘৰৰ অপৰিহাৰ্য সামগ্ৰী পিঁয়াজ আৰু নহৰুৱে কেৱল খাদ্যৰ সোৱাদেই নবঢ়ায়, শৰীৰক নানা ধৰণৰ পুষ্টিও প্ৰদান কৰে।

সোৱাদৰ লগতে স্বাস্থ্য

যদি আপুনি বৰ্ধিত ওজন লৈ চিন্তিত, তেন্তে পিঁয়াজ আৰু নহৰু আপোনাৰ বাবে ঔষধ স্বৰূপ। ই মেদবহুলতা কমোৱাত সহায় কৰে।

ওজন হ্ৰাস

পিঁয়াজ আৰু নহৰুৰ মিশ্ৰণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই ঋতুভিত্তিক জ্বৰ-কাহ আৰু সংক্ৰমণৰ পৰা আমাক ৰক্ষা কৰে।

ৰোগৰ পৰা ৰক্ষা

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নহৰু অতি কাৰ্যকৰী। ই শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে।

কলেষ্টেৰল নিয়ন্ত্ৰণ

পিঁয়াজ আৰু নহৰুত প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে। ই ছালৰ বলিৰেখা আঁতৰাই বাৰ্ধক্যৰ চাপ কমোৱাত সহায় কৰে।

ধৰি ৰাখে যৌৱন

ডায়েটিচিয়ান মোহিনী ডোংৰেৰ মতে, এই দুয়োবিধ সামগ্ৰী একেলগে খালে দুগুণ পুষ্টি পোৱা যায়, যি দীৰ্ঘদিন ধৰি শৰীৰটো নিৰোগী কৰি ৰাখে।

বিশেষজ্ঞৰ মত

পঢ়িবলৈ ক্লিক কৰক 

এইবিধ মছলাৰ পানীয় খালী পেটত খালে পাব সুফল