25 Nov 2025
TV9 ASSAM
এলোভেৰা আৰু আমলখিৰ বহু উপকাৰী গুণ আছে। আপুনি যদি একেৰাহে ১৫ দিন এলোভেৰা আৰু আমলখিৰ জুচ খাই তেন্তে ইয়াৰ ফল লাভ কৰিব।
১৫ দিন একেৰাহে আমলখি আৰু এলোভেৰাৰ জুচ খাই তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। লগতে চৰ্দি, কাহ-জ্বৰ আদি কম হয়।
আমলখি আৰু এলোভেৰাৰ জুচ খালে পেটৰ সমস্যা হ্ৰাস পায়। ইয়াৰ ফলত গেছ, পেট ফুলা, কৌষ্ঠকাঠিন্য, এচিডিটি আদিৰ সমস্যা হয়। ই পাচন প্ৰক্ৰিয়া হ্ৰাস কৰে।
আমলখি আৰু এলোভেৰাৰ জুচে চুলি মজবুত কৰাত সহায় কৰে। চুলি সৰাৰ সমস্যা কম কৰাত ই সহায় কৰে। ইয়াৰোপৰি ই চুলি ঘন, মজবুত, দীঘল হোৱাত সহায় কৰে।
এই জুচে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিয়নো ইয়াত নেচাৰেল এন্টি-অক্সিডেন্টছ আৰু ফাইবাৰ থাকে। গতিকে এইবোৰ ব্লাড চুগাৰ নিয়ন্ত্ৰত সহায় কৰিছে।
এই জুচে মুখ ধুনীয়া কৰাত সহায় কৰে। ইয়াৰ সহায়ত মুখ সতেজ কৰাত সহায় কৰে। ইয়াৰোপৰি ই বিষ গাঁঠিৰ বিষ আদি কম কৰাত সহায় কৰে।
যকৃত পৰিষ্কাৰ কৰাত সহায় ই সহায় কৰে। ই যকৃতৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। গতিকে যকৃত সুস্থ কৰি ৰাখিবলৈ এই জুচ খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক