এই দুগৰাকী বিশ্বজয়ী ক্ৰিকেটাৰ চিৰাজৰ দৰেই হ’ল DSP

10 Nov 2025

TV9 ASSAM

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তাৰকা পেচাৰ মহম্মদ চিৰাজক ২০২৪ চনত তেলেংগানা চৰকাৰে DSP হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

DSP চিৰাজ

ভাৰতীয় দলে ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছতে চেম্পিয়ন দলৰ সদস্য চিৰাজক DSP পদেৰে পুৰস্কৃত কৰা হৈছিল।

পুৰস্কাৰ

এতিয়া চিৰাজৰ দৰেই আন দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰে DSP হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁলোক হৈছে বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য।

দুই নতুন DSP

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ দিপ্তী শৰ্মাক চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশ আৰক্ষীত DSP হিচাপে নিযুক্তি দিয়া হৈছিল।

দীপ্তি শৰ্মা

অৱশ্যে বিশ্বকাপ জয়ৰ পূৰ্বেই এই পদবী লাভ কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে। এইবাৰ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল।

এতিয়া বিশ্ব চেম্পিয়ন

এতিয়া বিশ্বকাপ জয়ৰ পিছত মহিলা দলটোৰ সদস্য ৰিচা ঘোষক DSP হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে পশ্চিম বংগ চৰকাৰে।

ৰিচা ঘোষ

পঢ়িবলৈ ক্লিক কৰক 

সকলোকে পিছ পেলাই অভিষেকৰ অভিলেখ