শৰীৰত কলেষ্টেৰল বৃদ্ধি পালে এই ৬ টা লক্ষণে দেখা দিয়ে

7 September 2025

TV9 ASSAM

শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে তেজৰ পৰীক্ষা নকৰালৈকে গম পোৱাৰ কোনো উপায় নাই। কলেষ্টেৰল বৃদ্ধি হ’লে কিছুমান লক্ষণে দেখা দিয়ে।

কলেষ্টেৰল বৃদ্ধি

ৰাতিপুৱা অস্বাভাৱিকভাৱে ভৰি ফুলি উঠিলে সজাগ হওক। বহুতে ভৰি ফুলা ইউৰিক এচিড বৃদ্ধিৰ ফলত হয় বুলি ভাবে। 

ভৰি ফুলা

ভৰি দুখন কেতিয়াবা বিষ হয় নেকি? ভৰিৰ ৰক্তবাহী নলীত কলেষ্টেৰল জমা হৈ থাকিব পাৰে। ফলত ভৰিলৈ সঠিকভাৱে তেজৰ সঞ্চালনত বাধা সৃষ্টি হয়। ইয়াৰ ফলত বিষ হয়। 

বিষ হয় নেকি?

ভৰিৰ তলুৱাত জ্বলা-পোৰা হ’ব পাৰে। তেজত কলেষ্টেৰল বৃদ্ধি হ’লে ভৰিৰ আঙুলি ফুলা আদি লক্ষণে দেখা দিয়ে।

ভৰিৰ আঙুলি ফুলা

তেজত কলেষ্টেৰল বাঢ়িলে ৰাতি ভৰি অনবৰতে ঠাণ্ডা হৈ পৰে। সকলো ঋতুতে যদি ৰাতি ভৰি ঠাণ্ডা হোৱা সমস্যা নিয়মীয়া হয় তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয়।

ভৰি ঠাণ্ডা হোৱা

অলপ খোজ কাঢ়িলে বা অলপ বেছি কাম কৰিলে উশাহ লোৱাত কষ্ট হয় নেকি? উচ্চ কলেষ্টেৰলৰ ফলত অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে।

ভাগৰুৱা অনুভৱ

এই লক্ষণবোৰে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। ইয়াৰ লগতে তেজৰ পৰীক্ষা কৰক।

তেজৰ পৰীক্ষা কৰক

পঢ়িবলৈ ক্লিক কৰক

আজিয়ে খাদ্যৰ তালিকাত যোগ কৰক ভিটামিন চি সমৃদ্ধ এই ফল...