বুদ্ধিমান লোকে এই ৫ টা কথা কেতিয়াও প্ৰকাশ নকৰে

4 June 2025

TV9 ASSAM

বুদ্ধিমান লোকসকল আন লোকতকৈ সদায় পৃথক । চাণক্য নীতিত বুদ্ধিমান লোকৰ কিছুমান গুণ বৰ্ণনা কৰা হৈছে ।

তেওঁলোক সদায় পৃথক

বুদ্ধিমান লোকৰ সফলতাৰ আঁৰত কি কথা লুকাই থাকে ? কি কি কথা প্ৰকাশ নকৰে জানক ।

আঁৰত কি কথা ?

বুদ্ধিমান লোকৰ এটা গুণ হৈছে, তেওঁলোকে কিছুমান কথা সদায় গোপনে ৰাখে । কেতিয়াও প্ৰকাশ নকৰে ।

কথা গোপনে ৰাখে

বুদ্ধিমান লোকে নিজৰ চিন্তা-চেতনাক সহজে প্ৰকাশ নকৰে । নিজৰ অনুভৱ ভাগ-বতৰা কৰাৰ সময়ত অতি সাৱধান হয় ।

চিন্তা-চেতনা প্ৰকাশ

বুদ্ধিমান লোকে সদায় নিজৰ লক্ষ্যত উপনীত হোৱাৰ কৌশল গোপনে ৰাখে, যাতে আনে বাধা সৃষ্টি কৰিব নোৱাৰে ।

কৌশল গোপনে ৰাখে

কেতিয়া কথা ক'ব লাগে আৰু কেতিয়া কথা ক'ব নালাগে সেই বিষয়ত গুৰুত্ব দিয়ে বুদ্ধিমান লোকে । সকলো সময়ত সঁচা কথা নক'বও পাৰে ।

কথা কোৱাত সাৱধান হয়

বুদ্ধিমান লোকে যিকোনো পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখে । ইয়াৰ বাবে তেওঁলোকে নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

দুৰ্বলতা প্ৰকাশ নকৰে

পঢ়িবলৈ ক্লিক কৰক

ফেটি লিভাৰৰ লক্ষণসমূহ