এই ভুলৰ বাবে আপোনাৰ হোৱাটছএপ একাউণ্ট ব্লক হ'ব পাৰে

15 Aug 2025

TV9 ASSAM

Photos Credit: Getty Images and Unsplash

আপুনি কেতিয়াবা ভাবিছেনে যে, হোৱাটছএপে প্ৰতিমাহে লাখ লাখ একাউণ্ট কিয় ব্লক কৰে ?

কিয় ব্লক কৰে ?

হোৱাটছএপে প্ৰতিমাহে এটা ৰিপৰ্ট প্ৰকাশ কৰে, য'ত কিমান একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে তাৰ তথ্য দিয়া হয়।

ৰিপৰ্ট প্ৰকাশ

আপুনি যদি হোৱাটছএপৰ জৰিয়তে সমাজত ঘৃণা বিয়পাই দিয়াৰ কাম কৰে, তেতিয়া আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে।

প্ৰথম ভুল

হোৱাটছএপত ভুৱা বাতৰি ফৰৱাৰ্ড কৰাৰ ভুল নকৰিব, যদি কোনোবাই আপোনাৰ একাউণ্টত ৰিপৰ্ট কৰে তেন্তে আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে।

দ্বিতীয় ভুল

হোৱাটছএপত অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰাৰ ভুল নকৰিব, যদি আন ব্যৱহাৰকাৰীয়ে আপোনাৰ বিৰুদ্ধে অভিযোগ কৰে, তেন্তে আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে।

তৃতীয় ভুল

অনুমতি অবিহতে কোনো ব্যৱহাৰকাৰীক গ্ৰুপত এড কৰাৰ ভুল নকৰিব, যদি অভিযোগ আহে, তেন্তে আপোনাৰ একাউণ্ট ব্লক কৰিব পাৰে।

চতুৰ্থটো ভুল

হোৱাটছএপত অচিনাকী মানুহলৈ মেছেজ পঠোৱাৰ ভুল নকৰিব, অন্যথা অভিযোগ আহিলে আপোনাৰ একাউণ্টৰ বিৰুদ্ধে হোৱাটছএপে ব্যৱস্থা ল'ব পাৰে।

পঞ্চমটো ভুল

পঢ়িবলৈ ক্লিক কৰক

এনে প্ৰসাদ অবিহনে আধৰুৱা হৈ ৰ’ব জন্মাষ্টমীৰ পূজা