TV9 ASSAM
হিন্দু ধৰ্মত জন্মাষ্টমীৰ দিনটোৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোতে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকী পালন কৰা হয়।
দেশৰ অধিকাংশ স্থানত ১৬ আগষ্ট অৰ্থাৎ কাইলৈ জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। অৱশ্যে অসমত ১২ ছেপ্টেম্বৰত পালন কৰা হ’ব জন্মাষ্টমী।
এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ আগত নানা ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়।
ধনীয়া পঞ্জিৰিৰ প্ৰসাদ অবিহনে জন্মাষ্টমীৰ পূজা আধৰুৱা বুলি গণ্য কৰা হয়।
গতিকে এই প্ৰসাদ নিশ্চয় ভগৱান শ্ৰীকৃষ্ণৰ পূজাত ৰাখক। নিজ হাতেৰে আৰু ঘৰতে এই প্ৰসাদ বনাবলৈ চেষ্টা কৰক।
ধনীয়া পঞ্জিৰিৰ প্ৰসাদ শ্ৰী কৃষ্ণৰ অতি প্ৰিয়। এই ভোগ আগবঢ়ালে ভগৱান কৃষ্ণ অতি সোনকালে সন্তুষ্ট হয়।
শ্ৰীকৃষ্ণৰ আগত এই প্ৰসাদ আগবঢ়োৱাৰ পিছত সমবেত লোকসকলৰ মাজত বিতৰণ কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক
জন্মাষ্টমীৰ দিনা শ্রীকৃষ্ণক কি অর্পণ কৰিব