মহিলাৰ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া।
27 AUG 2025
TV9 ASSAM
কিন্তু এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।
কষ্ট পায়
মাহেকীয়াৰ সময়ত গৰম পানী খোৱা অভ্যাস কৰিব লাগে।
সকাহ পাব
বিষৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প।
উপায়
অসহ্যকৰ বিষৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো কঠিন হৈ পৰে।
উপায়
মাহেকীয়াৰ বিষৰ বাবে কেৱল আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
সমাধান
মাহেকীয়াৰ বিষৰ বাবে বনৌষধি চাহ অতি উপকাৰী।
উপকাৰ
এই তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। টিভি৯ অসমে নিশ্চিত নকৰে।
মনত ৰাখক
লগতে পঢ়ক
গুপ্তাংগৰ নোম আঁতৰোৱাটো উচিত নে অনুচিত?
Learn more