২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ শাৰদীয়া নৱৰাত্ৰি।

18 Sept 2025

TV9 ASSAM

কাৰণ এইবাৰ নৱৰাত্ৰি ৯ দিনৰ নহয়, পূজা ১০ দিনৰহে হ'ব।

নৱৰাত্ৰি

এই সময়ত অলৌকিক শক্তি প্ৰদান কৰাৰ লগতে সকলো ইচ্ছা পূৰণ কৰে ভক্তৰ। 

নৱৰাত্ৰি

এইবাৰ মা দুৰ্গা হাতীত উঠি পৃথিৱালৈ আহিব।

আগমণ

মা দুৰ্গা হাতীত উঠি অহাটো উন্নয়ণ, শান্তি আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতীক। 

কাৰণ

উত্তৰাফাল্গুনী নক্ষত্ৰ আৰু হস্ত নক্ষত্ৰই এক শুভ সংমিশ্ৰণ গঢ়ি তুলিছে।

সংযোগ

 তৃতীয় তিথি দুদিনলৈ থাকিব, শক্তি, উৎসাহ আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে শুভ।

শুভ

এই বিৰল সংযোগ থকাই এইবাৰ পূজা বিশেষভাৱে ফলদায়ক হ’ব বুলি সূচায়।

শুভ

লগতে পঢ়ক

পূজাত কিমান টকাৰ অনলাইন লেনদেন কৰিব পাৰিব?