গৰমৰ দিনত ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। 

25  May 2025

TV9 ASSAM

গৰমত আপুনি আপোনাৰ ছালৰ যত্ন কেনেদৰে লয়? ইয়াত কেইটামান পৰামৰ্শ দিয়া হৈছে।

ছালৰ যতন

গ্ৰীষ্মকালত আমি অত্যাধিক পানী সেৱন কৰিব লাগে।

পানী সেৱন

গ্ৰীষ্মকালত বাহিৰলৈ ওলালে দীঘল চোলা বা মুখখন ঢাকি যাব।

ঢাকি যাব

গ্ৰীষ্মকালত ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

গ্ৰীষ্মকাল

গ্ৰীষ্মকালত আপোনাৰ ছালত লঘু ফেনযুক্ত ক্লিনজাৰ ব্যৱহাৰ কৰক।

ক্লিনজাৰ

 তৰমুজ, বিলাহী, তিঁয়হৰ দৰে সুস্থ ছালৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থও থাকে।

পানীযুক্ত

দিনটোত দুবাৰকৈ মুখখন পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়।

প্ৰয়োজনীয়

চাবলৈ ক্লিক কৰক 

বিলাসী জীৱন কটাব বিচাৰে নেকি?