হনুমানৰ পূজা বিধি মতে কৰিলে সাধকে আকাংক্ষিত ফল লাভ কৰে।
17 May 2025
TV9 ASSAM
বিশেষকৈ মঙলবাৰৰ দিনটো হনুমানৰ দিন হিচাপে ধৰা হয়।
পূজা
হনুমানৰ মন্দিৰলৈ যাওঁক আৰু ১১ টা আঁহত পাত আগবঢ়াওক।
কি দিব
হনুমান চালিছা জপ কৰাটো আৰু অধিক লাভজনক হ’ব।
কি কৰিব
মঙলবাৰে উপবাসৰ সময়ত, হনুমান আৰু শ্ৰী ৰামৰ নাম জপ কৰক।
কি কৰিব
হনুমানক সেন্দুৰ দিব পাৰে বা ৰঙাফুল আৰু পানৰ মালা আগবঢ়াব পাৰে।
কি কৰিব
হনুমান চালিচাৰ উপৰিও বজৰং বাণ পাঠ কৰক।
কি কৰিব
মঙলবাৰে উপাসনাত বেছি অধিক কমলা ৰং ব্যৱহাৰ কৰক।
কি কৰিব
চাবলৈ ক্লিক কৰক
ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱ
Learn more