শীতকাল আহিলেই বজাৰত কেঁচা মটৰ দেখা যায়।
5 Dec 2025
TV9 ASSAM
বিভিন্ন ব্যঞ্জনত আমি মটৰ ব্যৱহাৰ কৰো। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ, কে, চি আৰু প্ৰটিন থাকে।
উপকাৰ
মটৰ খালে আপোনাৰ হাৰ্ট এটেকৰ প্ৰৱণতা বহু পৰিমাণে হ্ৰাস পাব।
উপকাৰ
ই দেহৰ কোষ গঠন, পেশী দৃঢ়তা আৰু শক্তি প্ৰদানত এই প্ৰ'টিন খুব সহায়ক।
উপকাৰ
মটৰত থকা ফাইবাৰ থাকে। ই পাচনত সহায়ক আৰু পেট সুস্থ ৰাখে।
উপকাৰ
শীতকালীন ক্লান্তি আৰু দুর্বলতা দূৰ কৰাতো সহায় কৰে সেউজীয়া মটৰে।
উপকাৰ
এই সেউজীয়া মটৰত হাইপোগ্লাইছেমিক থাকে, সেয়ে শৰীৰৰ বাবে খুব উপকাৰী।
উপকাৰ
ভিটামিন C আৰু এণ্টিঅ’ক্সিডেণ্টে ছালৰ উজ্জ্বলতা বজাই ৰাখে আৰু চুলিৰ মজবুত কৰাত সহায় কৰে।
উপকাৰ
লগতে পঢ়ক
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত কোনকইটা কথাত গুৰুত্ব দিব লাগে?
Learn more