আলু আপোনাৰ প্ৰিয় নেকি?

25 Jan 2026

TV9 ASSAM

আলু অবিহনে যেন মানুহৰ বাবে প্ৰায় সকলো খাদ্যই আধৰুৱা। সিদ্ধ বা আমিষ সকলোতে আলুৰ ভূমিকা অনন্য।

আলু

আলুক যথেষ্ট পৰিমাণে ফাইবাৰ, পটাচিয়াম, ভিটামিন চি আৰু বি৬ থাকে। ইয়াত একেবাৰে কলেষ্টৰেল নাথাকে। 

আলু

আলু হৃদযন্ত্ৰৰ বাবে উপকাৰী। কিডনিৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ বা কিডনিৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হ'লে আপুনি আলুৰ ৰস খাওক। 

আলু

ৰূপচৰ্চাৰ বাবেও আলু ব্যৱহাৰ কৰিব পাৰি। চকুৰ তলত ক'লা দাগ পৰিলে আলুৰ ৰস লগাব পাৰে।

আলু

আলুত থকা ভিটামিন Cএ  ছালৰ বয়স বৃদ্ধিত বাধা দিয়ে। আলুৰ পেষ্ট বনাই ১৫ মিনিট সময় মুখত লগাই থৈ পানীৰে ধুই দিলে সুফল পোৱা যায়।

আলু

আলুৰ পেষ্টৰ লগত দৈ মিহলাই ইয়াৰ লগত অলপ অলিভ অইল মিহলাই ছালত লগালে শুকান ছাল খন মিশ্ৰন হৈ পৰে।

আলু

শুকান ছালৰ বাবে এটা আলুৰ পেষ্ট বনাই তাৰ লগত মৌ মিহলাই চকুৰ কলা পৰা অংশত সপ্তাহত দুদিন সানিলে ভাল ফল পোৱা যাব।

আলু

পঢ়িবলৈ ক্লিক কৰক 

DA ৬৩% হ’লে কিমান বাঢ়িব আপোনাৰ Transport Allowance?