শাওনত ভোলানাথৰ পূজাৰ বিশেষ গুৰুত্ব আছে।
16 july 2025
TV9 ASSAM
শাওণত যদি তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেন্তে এই মন্ত্ৰৰে দিনটো আৰম্ভ কৰক।
শিৱ
ভক্তসকলে তেওঁক সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।
শিৱ
শাওন মাহ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটা মাহ।
শাওন
ওম নমঃ শিৱায় হৈছে ভগৱান শিৱৰ মূল মন্ত্ৰ।
মন্ত্ৰ
মহামৃত্যুঞ্জয় মন্ত্ৰ- ওম ত্ৰম্বকং যজামহে সুগন্ধি পুষ্টিৱৰ্ধনম।
মন্ত্ৰ
ওম নমোঃ ভাগৱতে ৰুদ্ৰায়, এই মন্ত্ৰৰ অৰ্থ হৈছে "মই ভগৱান ৰুদ্ৰক প্ৰণাম কৰো
মন্ত্ৰ
শিৱ গায়ত্ৰী মন্ত্ৰ- ওম তৎপুৰুষয় বিদ্মহে মহাদেৱায়ঃ ধিমাহি তন্নো ৰুদ্ৰঃ প্ৰচোদয়ত।
মন্ত্ৰ
চাওক এই লিংকত
হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত আছে শত্ৰু!
Learn more