November 25, 2025
TV9 ASSAM
মূৰ আৰু কাণত ঠাণ্ডা বতাহ লাগিবলৈ নিদিব। বাহিৰলৈ ওলাই গ’লে গৰম টুপী বা কাপোৰে মূৰ আৰু কাণ ঢাকি যাব।
ৰাতিপুৱাৰ সময়ত প্ৰায় ১৫-২০ মিনিট ৰ’দত বহিব। অভ্যাস মাইগ্ৰেইন ৰোধ কৰাত সহায় কৰিব।
শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু ডিহাইড্ৰেচনৰ পৰা বিৰত থাকিব লাগে।
মাইগ্ৰেইন ৰোধ কৰিবলৈ অতি ঠাণ্ডা কোঠা, হিটাৰ লগোৱা বা উষ্ণতাৰ উঠা-নমা কৰা কোঠাৰ পৰা আঁতৰত থাকক।
মাইগ্ৰেইন ৰোধ কৰাৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন। নিয়মীয়াকৈ পৰ্যাপ্ত যোৱাৰ অভ্যাস কৰক।
মানসিক চাপ একেবাৰে নল’ব। মানসিক চাপ কম কৰিবলৈ ধ্যান বা লঘু ব্যায়ামৰ চেষ্টা কৰক।
অত্যধিক কেফেইন আৰু ফাষ্ট ফুড সীমিত কৰক। মাইগ্ৰেইন ৰোধ কৰাৰ বাবে খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক।