তুলসী হিন্দু ধৰ্মৰ অত্য়ন্ত পবিত্ৰ আৰু পূজনীয় উদ্ভিদ।
31 May 2025
TV9 ASSAM
তুলসী দেৱী লক্ষ্মীৰ স্বৰূপ আৰু ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয়।
তুলসী
তুলসীৰ পূজাত চাকি জ্বলোৱা হয়। কিন্তু এই পূজাত ধূপ জ্বলোৱাৰো আছে আন এক বিশ্বাস।
জনবিশ্বাস
পূজা-পাঠত ধূপ জ্বলালে পৰিৱেশটো শুদ্ধ হোৱাৰ লগতে নেতিবাচক শক্তি আঁতৰি যায়।
কাৰণ
ধূপৰ সুগন্ধেৰে একাগ্ৰতা বৃদ্ধি পায়। সেয়ে তুলসীৰ ওচৰত চাকিৰ লগতে ধূপ দিয়ে।
ধূপ
বিশ্বাস কৰা হয় দেৱ-দেৱীসকলে ধূপৰ সুগন্ধি ভাল পায়।
বিশ্বাস
তুলসীৰ ওচৰত ধূপ-চাকি দিলে লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰো আশীৰ্বাদ পাব।
বিশ্বাস
সেয়ে তুলসীৰ ওচৰত চাকি-ধূপ দিয়াৰ দ্বাৰা পৱিত্ৰতা লাভ কৰা হয়।
পবিত্ৰ
চাবলৈ ক্লিক কৰক
নন্দিনী গুপ্তা কোন?
Learn more