নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে
7 March 2025
TV9 ASSAM
১৮৫৭ চনত মজুৰিৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ কাৰখানাৰ নাৰী শ্ৰমিকসকলৰ আন্দোলন।
আৰম্ভ
সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।
নাৰী আন্দোলন
জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক সন্মিলন হৈছিল।
নাৰী সন্মিলন
১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন হয়।
সন্মিলন
১৭ খন দেশৰ পৰা ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল।
সন্মিলন
সন্মিলনতে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালনৰ প্ৰস্তাৱ দিয়ে।
নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস ২০২৫-ৰ বিষয়বস্তু হৈছে 'Accelerate Action'।
বিষয়বস্তু
চাবলৈ ক্লিক কৰক
শনিবাৰে নকৰিব এই কাম
Learn more