কিয় হঠাতে বৃদ্ধি হয় ৰক্তচাপ?

19  May 2025

TV9 ASSAM

মানসিক চাপ, অনিয়মিত জীৱনশৈলী, ভাৰসাম্যহীন খাদ্যাভ্যাস, অত্যধিক নিমখ সেৱন, ধূমপান, মদ্যপান, মেদবহুলতা আদিয়েই হঠাতে ৰক্তচাপ বৃদ্ধিৰ কাৰণ হ’ব পাৰে।

ৰক্তচাপ বৃদ্ধিৰ কাৰণ

মানসিক চাপে হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত ধমনীবোৰ সংকুচিত হৈ পৰে আৰু ৰক্তচাপ বৃদ্ধি পায়।

মানসিক চাপ

অনিয়মিত টোপনি, কম ব্যায়াম, মানসিক চাপৰ জীৱনশৈলীও ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

অনিয়মিত জীৱনশৈলী

নিমখ, কেফেইন আৰু এলক’হল অধিক সেৱনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। আনহাতে ফল-মূল, শাক-পাচলি আৰু গোটা শস্যই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

খাদ্য

বৃক্ক, থাইৰয়ড আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগেও ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

স্বাস্থ্যজনিত সমস্যা

কিছুমান ঔষধ, যেনে নন-ষ্টেৰয়ড এন্টি-ইনফ্লেমেটৰী ঔষধেও ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

ঔষধ

নিয়মিত শাৰীৰিক কাৰ্যকলাপে ৰক্তচাপ কমোৱাত সহায় কৰে।

নিয়মীয়া ব্যায়াম

চাবলৈ ক্লিক কৰক 

 কেলচিয়ামৰ অভাৱ