প্ৰতিগৰাকী মহিলাৰ এটা নিৰ্দ্দিষ্ট সময়ৰ পৰা নিৰ্দ্দিষ্ট সময়লৈকে মাহেকীয়া হয়।
30 May 2025
TV9 ASSAM
প্ৰেমানন্দ মহাৰাজে কথাৰে এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কি ক'লে জানক...
কথা
মহিলাসকলৰ মাহেকীয়া কোনো ঘৃণা বা নিন্দাৰ বস্তু নহয়, প্ৰাৰ্থনা কৰাৰ হে যোগ্য।
প্ৰেমানন্দ মহাৰাজ
দেৱৰাজ ইন্দ্ৰৰ ওপৰত যেতিয়া ব্ৰহ্ম হত্যাৰ পাপ লাগে তেতিয়া মাতৃসকলে নিজৰ ওপৰ লৈছিল।
প্ৰেমানন্দ মহাৰাজ
ইন্দ্ৰ ওপৰত লগা এই পাপ ব্ৰহ্ম ঋষিসকলে ৰক্ষা কৰিবলৈ পাপক ৪ টা ভাগত ভগায়।
কথা
প্ৰথম ভাগ নদীক দিলে, যাৰ বাবে ফেন আৰু সৰু সৰু বুৰবুৰি আহে।
প্ৰথম ভাগ
২য় ভাগ বৃক্ষক, ৩য় ভাগ মাটিক আৰু চতুৰ্থ ভাগ মহিলাক দিয়ে।
পাপৰ অংশ
সেয়ে মহিলাসকলৰ মাহেকীয়া হয়। ইন্দ্ৰৰ পাপ নিজৰ ওপৰত লোৱাৰ বাবে প্ৰাৰ্থনাৰ যোগ্য।
আচল কাৰণ
চাবলৈ ক্লিক কৰক
মাহেকীয়াত মূৰ ধোৱা
Learn more