মহিলাৰ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। 

3 Dec 2025

TV9 ASSAM

কিন্তু এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। ঘৰুৱা উপায়েৰে আপুনি এই কষ্টৰ পৰা আৰাম পাব পাৰে।

সমস্যা

বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই।

পেটৰ বিষ

কেৱল পেটৰ বিষেই নহয়, মহেকীয়াৰ পূৰ্বে বহু যুৱতীৰ পেটটো ফুলি থকা যেন অনুভৱ হয়, আনহাতে কিছুমানে মাহেকীয়াৰ পিছতো তেনে অনুভৱ কৰে।

সমস্যা

মাহেকীয়াৰ সময়ত পেট ফুলাৰ মূল কাৰণ হ’ল হৰম’নৰ পৰিৱৰ্তন, যাৰ ফলত শৰীৰত পানী আৰু নিমখ জমা হৈ থাকে।

পেট ফুলা অনুভৱ

ইয়াৰ উপৰিও প্ৰজেষ্টেৰন হৰম’নে হজম শক্তি লেহেমীয়া কৰি কোষ্ঠকাঠিন্য আৰু গেছ সৃষ্টি কৰিব পাৰে আৰু প্ৰষ্টাগ্লেণ্ডিন নামৰ হৰম’নে পেটৰ ক্ৰেম্প আৰু ডায়েৰিয়া সৃষ্টি কৰিব পাৰে।

সমস্যা

প্ৰজেষ্টেৰনে হজম শক্তি লেহেমীয়া কৰে, যাৰ ফলত গেছ জমা হোৱাৰ লগতে পেট ফুলাৰ অনুভৱ হ’ব পাৰে।

সমস্যা

এই সমসয়ত পানী বেছি খাব, নিমখ কম খাব,গৰম পানীৰে সেকিব। এইদৰে কৰিলে মাহেকীয়াত আপুনি আৰাম পাব।

কেনেকৈ দূৰ কৰিব

পঢ়িবলৈ ক্লিক কৰক 

কণ্ডমৰ সৈতে ছানী লিয়নী! সামাজিক মাধ্যমত ভাইৰেল