বাৰিষাৰ সময়ত বেক্টেৰিয়াই সকলোকে আক্ৰমণ কৰে।
25 June 2025
TV9 ASSAM
বাৰিষা বেক্টেৰিয়াৰ বাবে ফুড পইজনিং, বদহজম আদি সমস্যাই দেখা দিয়ে।
বাৰিষা
বাৰিষা স্বাস্থ্য ভালে ৰাখিবলৈ কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।
বাৰিষা
ডাঃ সুভাষ গিৰিয়ে কয়, কাটি থোৱা ফল খোৱা অনুচিত। ইয়াত মাখিৰ লগতে বেক্টেৰিয়া সংক্ৰমণ হয়।
কাটি থোৱা ফল
বাৰিষা ৰাস্তাৰ কাষৰ দোকানত পোৱা চিঙৰা, পকোৰা খোৱা উচিত নহয়।
বাহিৰৰ খাদ্য
এনেকুৱা খাদ্য খালে আপোনাৰ বদহজমৰ লগতে বিভিন্ন পেটৰ সমস্যা হ'ব পাৰে।
পেটৰ সমস্যা
বাৰিষা দিনত সেউজীয়া শাক-পাচলি, যেনে- পালেং মেথি আদি ভালদৰে ধুই খাব লাগে।
কমকৈ খাওক
শাকত বিভিন্ন ধৰণত পোক-পতংগই আক্ৰমণ কৰে, সেয়ে সাৱধান।
বাৰিষা
চাবলৈ ক্লিক কৰক
একেৰাহে কমিছে সোণৰ মূল্য!
Learn more