গৰম দিনত ঘাম ওলোৱাটো স্বাভাৱিক।
26 June 2025
TV9 ASSAM
যদি গৰমত সঘনাই হাতৰ তলুৱাৰ পৰা ঘাম ওলাই তেন্তে সহজে নল'ব।
সমস্যা
চিকিৎসক সুভাষ গিৰিৰ মতে, গৰম ঠাণ্ডাত হাতৰ তলুৱা ঘামি থাকাটো জিনীয় সমস্যা।
প্ৰথম কাৰণ
কিছুমানৰ অধিক চিন্তা আৰু ভয়ৰ বাবে হাতৰ তলুৱা ঘামি থাকে।
কাৰণ
হাইপাৰহাইড্ৰ'ছিছে ঘামৰগ্ৰন্থি বোৰক অতিৰিক্তভাৱে সক্ৰিয় কৰে।
কাৰণ
থাইৰডৰ সমস্যা থকা লোকসকলৰো সঘনাই হাতৰ তলুৱা ঘামে।
কাৰণ
হ'ৰমনৰ তাৰতম্য হ'লেও আপোনাৰ হাতৰ তলুৱা সঘনাই ঘামিব পাৰে।
কাৰণ
শৰীৰত চুগাৰৰ মাত্ৰা নিম্নগামী হ'লে আপোনাৰ হাতৰ তলুৱা ঘামিব পাৰে।
কাৰণ
চাবলৈ ক্লিক কৰক
পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য
Learn more