খাদ্য লাহে লাহে চোবাই খালে কি কি উপকাৰ হয় ?

January 6, 2026

TV9 ASSAM

খাদ্য খোৱাৰ ধৰণৰ ওপৰত আপোনাৰ স্বাস্থ্য নিৰ্ভৰ কৰে। আপুনি জানেনে যে, যদি খাদ্য লাহে লাহে চোবাই খোৱা হয়, তেন্তে ইয়াৰ দ্বাৰা কি উপকাৰ হয়?

কি উপকাৰ হয়?

বিশেষজ্ঞৰ মতে মানুহে খাদ্য লাহে লাহে চোবাই খাব লাগে। এই অভ্যাসে সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপকাৰিতা জানোঁ আহক।

সুস্বাস্থ্য

খাদ্য ভালৰে চোবাই খালে হজম শক্তি উন্নত কৰাত সহায়ক হয়। ই বদহজম, এচিডিটি বা পেটৰ সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে।

হজম শক্তি উন্নত

এই অভ্য়াসে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খাদ্য লাহে লাগে খালে অতিৰিক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব পাৰি আৰু ই ওজন নিয়ন্ত্ৰণত সহায় কৰে।

ওজন নিয়ন্ত্ৰণ

এই অভ্য়াসে খাদ্যত থকা পুষ্টিকৰ উপাদান শোষণত সহায় কৰে। লাহে লাহে খালে লালটিৰ লগত খাদ্য মিহলি হয় আৰু ভালদৰে খাদ্য হজম হয়।

পুষ্টিকৰ উপাদান শোষণ

লাহে লাহে যদি খাদ্য চোবাই খায় তেন্তে খাদ্যৰ প্ৰকৃত তৃপ্তি পোৱা যায়। যিয়ে আপোনাৰ মানসিক শান্তি প্ৰদান কৰে।

খাদ্যৰ প্ৰকৃত তৃপ্তি

তদুপৰি এই অভ্য়াসে আপোনাৰ দাঁত আৰু আলুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। ই দাঁত আৰু আঁঠু মজবুত কৰাত সহায় কৰে।

মুখৰ স্বাস্থ্য

পঢ়িবলৈ ক্লিক কৰক

বমিৰ পৰা মুক্তি পোৱাৰ ঘৰুৱা উপায়