বিকলাংগ সন্তান জন্ম হোৱাৰ আঁৰৰ কাহিনী ক'লে প্ৰেমানন্দ মহাৰাজে।

3  july 2025

TV9 ASSAM

বৃন্দাবনৰ জনপ্ৰিয় সাধু প্ৰেমানন্দ মহাৰাজে জীৱনৰ সৰু-বৰ সকলো সমস্যাৰ আলোকপাত কৰে।

জীৱন দৰ্শন

কিছুদিন পুৰ্বে এজন ভক্তই তেওঁক প্ৰশ্ন কৰিছিল, ব্যক্তিজনৰ কিয় বিকলাংগ সন্তান জন্ম হৈছে।

প্ৰশ্ন

ভক্তজনে সোধে যে, এয়া আমাৰ কৰ্মফল নে, আমাৰ সন্তানৰ পূৰ্বজন্মৰ কৰ্মফল।

প্ৰশ্ন

সন্তানৰ বিকলাংগ হোৱাত কেৱল এজনেই নহয়, সকলো সংযোগ আছে।

প্ৰেমানন্দ মহাৰাজে কয়

বিকলাংগ হোৱাটো সেই জীৱৰ কৰ্মফল, য'ত সহযোগী তেওঁৰ পৰিয়ালৰ থাকে।

মহাৰাজৰ মতে,

বিকলাংগ হোৱাটো সেই ব্যক্তিজনৰ পূৰ্বজন্মৰ ফল বা ভগবানৰ পৰীক্ষা।

মহাৰাজৰ মতে,

এই খবৰৰ সৈতে Tv9 Assam জড়িত নহয়, এয়া বিশ্বাস আৰু তেওঁৰ বক্তব্যৰ পৰা দিয়া হৈছে।

গুৰুত্বপূৰ্ণ

চাবলৈ ক্লিক কৰক 

শ্বেখ হাছিনাক শাস্তি