26 0CT 2025
TV9 ASSAM
মৃত্যু হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ আৰু অন্তিম সত্য। যি এই মৰ্ত্যলোকলৈ আহিছে এদিন এৰিব লাগিব। সকলোৱে মৃত্যুৰ ভয় কৰে।
মৃত্যুৰ পিছত আত্মাই কষ্ট পায়। মানুহৰ আত্মাই তেওঁলোকৰ কৰ্ম অনুযায়ী কষ্ট ভোগ কৰে।
প্ৰেমানন্দ মহাৰাজে বুজাই দিলে মৃত্যু আহিলে কি হয়। লগতে বুজাই দিলে কাৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে।
প্ৰেমানন্দ মহাৰাজে বুজাই দিলে যে জীৱনত বেয়া কামত লিপ্ত হোৱা আৰু ঈশ্বৰক পূজা নকৰা ব্যক্তিৰ আত্মাই মৃত্যুৰ পিছত ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে।
দুষ্ট মানুহৰ আত্মাই মৰ্ত্য জগত এৰিবলৈ বৰ কষ্ট পায়। এনে লোকক মৃত্যুৰ পিছতো অত্যাচাৰ কৰা হয়। যমদুতে দুষ্ট মানুহৰ আত্মাত সকলো ধৰণৰ অত্যাচাৰ কৰে।
কু-কৰ্ম কৰাসকলৰ আত্মা যমদূতসকলে যমপুৰীলৈ টানি লৈ যায়। কুকৰ্ম কৰা ব্যক্তিৰ আত্মাই অপৰিসীম দুখ-কষ্ট সহ্য কৰিব লগা হয়।
গোটেই জীৱন সৎকৰ্ম কৰা ব্যক্তিৰ আত্মাই তৎক্ষণাত মোক্ষ লাভ কৰে। এনে আত্মা ঈশ্বৰৰ ওচৰলৈ যায়।
প্ৰেমানন্দ মহাৰাজে
প্ৰেমানন্দ মহাৰাজে
চাবলৈ ক্লিক কৰক