ভাৰতৰ পাৰমাণৱিক বোমা কোনে বনাইছিল?

24  May 2025

TV9 ASSAM

Pic Credit: Pixabay/Meta

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই হওক বা ভাৰত আৰু পাকিস্তানৰ যুদ্ধই হওক, পৰমাণু বোমা আৰু পাৰমাণৱিক শক্তিৰ কথা বাৰে বাৰে উল্লেখ কৰা হয়। ভাৰতৰ হাতটো এতিয়া পাৰমাণৱিক অস্ত্ৰ আছে।

পাৰমাণৱিক শক্তি

১৯৭৪ চনত ভাৰতে প্ৰথমটো সফল পাৰমাণৱিক পৰীক্ষা চলাইছিল।ইয়াৰ নাম আছিল স্মাইলিং বুদ্ধ। এই পৰীক্ষা ডাঃ ৰাজা ৰমন্নাৰ তত্বাৱধানত কৰা হৈছিল।

পৰীক্ষা কেতিয়া হৈছিল?

ভাৰতৰ পাৰমাণৱিক বোমা ড° হোমী ঝাংগীৰ ভাভা আৰু তাৰ পিছত ড° ৰাজা ৰমন্নাৰ দৰে বিজ্ঞানীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল।

কোনে বনাইছিল?

ড° হোমি ঝাংগীৰ ভাভাক পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ বুলি কোৱা হয় কাৰণ তেওঁৰ কাৰ্যকালতে ভাৰতীয় পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ ভেটি স্থাপন কৰা হৈছিল।

পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ

হোমি ভাভাই পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ ভেটি স্থাপন কৰিছিল যদিও পাৰমাণৱিক পৰীক্ষণ ড° ৰাজা ৰমন্নাৰ তত্বাৱধানত হৈছিল। সেয়েহে দুয়োৰে অৱদান অতি গুৰুত্বপূৰ্ণ।

গুৰুত্বপূৰ্ণ ভূমিকা

১৯৯৮ চনতভাৰতত দ্বিতীয় পাৰমাণৱিক পৰীক্ষা ড° এ পি জে আব্দুল কালাম আৰু ড° আৰ চিদাম্বৰমৰ নেতৃত্বত  পোখৰাণত সম্পন্ন হৈছিল।

দ্বিতীয় পাৰমাণৱিক পৰীক্ষা

বৰ্তমান বিশ্বৰ ৯খন দেশত পাৰমাণৱিক অস্ত্ৰ আছে। ইয়াৰ ভিতৰত ৰাছিয়া, আমেৰিকা, চীন, ফ্ৰান্স, ব্ৰিটেইন, পাকিস্তান, ভাৰত, ইজৰাইল আৰু উত্তৰ কোৰিয়া আদি অন্যতম।

পাৰমাণৱিক শক্তিৰ দেশ

চাবলৈ ক্লিক কৰক 

মন্দিৰত কোনবোৰ বস্তু দান কৰাটো শুভ? স