বিশ্বৰ আটাইতকৈ দামী লিপষ্টিকৰ বিষয়ে জানো আহক।

27 June 2025

TV9 ASSAM

বহুলোকৰ ধাৰণা যে বেগত এনে কিছুমান সামগ্ৰী ৰাখিলে আনৰ আগত প্ৰভাৱ দেখায়।

ক্লাচ

আজিকালি এই নিয়ম মহিলাসকলে বেছি অনুসৰণ কৰে। 

ক্লাচ দেখুওৱা

লিপিষ্টিক এনেকুৱা এটা বস্তু যিয়ে মহিলাৰ সৌন্দৰ্য বৰ্ধন কৰে।

সৌন্দৰ্য

আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ মূল্যবান লিপষ্টিকটোৰ বিষয়ে?

দাম

 Couture Beauty Diamond Lipstick, ইয়াৰ বিশেষত্ব জানি আচৰিত হ'ব আপুনি!

দামী লিপষ্টিক

এই লিপষ্টিকটোৰ কেচটো ১৮ কেৰেট সোণত ১২০০ টা গোলাপী হীৰা লগোৱা আছে।

লিপষ্টিক

ইয়াৰ মূল্য ৯৩ কোটি, এই লিপষ্টিকটো ধনী লোকসকলৰ প্ৰথম পছন্দ। 

লিপষ্টিক

চাবলৈ ক্লিক কৰক 

আজিৰে পৰা আৰম্ভ পুৰীৰ ৰথ যাত্ৰা