মুখত বা জিভাত কামোৰ খোৱাৰ বাবেই ঘা নহয়।

12  June 2025

TV9 ASSAM

মুখত ঘা হোৱাটো বিভিন্ন বেমাৰৰ লক্ষণ হ'ব পাৰে।

ঘা

ডাঃ দীপক সুমনৰ মতে, শৰীৰত আইৰণ, ভিটামিন, B12, ফলিক এছিড কম হ'লে সমস্যা হয়।

জানক

গেছৰ সমস্যা বৃদ্ধি হ'লে মুখত ঘা হয়।

ঘা

পেটত জ্বলন, উগাৰ হৈছে মুখত ঘা হোৱাৰ লক্ষণ।

লক্ষণ

ডায়বেটিক থকা ৰোগীসকলৰো মুখত ঘা হ'ব পাৰে।

কাৰণ

পাচন তন্ত্ৰত হোৱা কিছুমান বেমাৰৰ বাবে মুখত ঘা হ'ব পাৰে।

মুখত ঘা

যদি বাৰে বাৰে আপুনি মুখৰ ঘাৰ সমস্যত ভুগি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

পৰামৰ্শ

চাবলৈ ক্লিক কৰক 

গুণ্ডিচা মন্দিৰৰ বিষয়ে জানো আহক