বাৰিষাৰ সময়ত বিভিন্ন ঠাইত সাপ ওলাবলৈ আৰম্ভ কৰে।

22  May 2025

TV9 ASSAM

বেছিভাগ মানুহে সাপ দেখিলে ভয় কৰে। 

সাপ

কাৰোবাক সাপে দংশন কৰিলে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। 

দংশন

নেউলক সাপে কামোৰিলে কেতিয়াও মৃত্যু নহয়। ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা অধিক।

নেউল

বন গাহৰিক সাপে দংশন কৰিলে একো নহয়। ইয়াৰ সাপৰ বিষ সহ্য কৰাৰ ক্ষমতা আছে।

বন গাহৰি

কেটেলা পহুক সাপে দংশন কৰিলে একো নহয়। ইয়াৰ সাপৰ বিষ সহ্য কৰাৰ ক্ষমতা আছে।

কেটেলা পহু

গেৰেলাক সাপে দংশন কৰিলে একো নহয়। ইয়াৰ প্ৰাকৃতিকভাৱে সহ্য কৰিব পৰা ক্ষমতা আছে।

গেৰেলা

মানুহে সাপৰ পৰা সাৱধান হ'ব লাগে আৰু দংশন কৰিলে আতংকিত হ’ব নালাগে।

সাৱধান

চাবলৈ ক্লিক কৰক 

জুবিন গাৰ্গ অসুস্থ