পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়।
17 Dec 2024
TV9 ASSAM
এই মাহত শস্য চপাই মানুহে ভঁৰাল ভৰায়। শস্য চপোৱাৰ পিছত ভোজ-ভাত খায়।
ভোগালী
খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত।
ভোগালী
সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু মানুহৰ ঘৰে ঘৰে উপচি পৰে।
ভোগালী
মাঘ বিহুত মেজি জ্বলোৱা হয়। মেজিৰ ওচৰত ৰাইজে সেৱা লয়।
মেজি
মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা।
ভোগালী
উৰুকা শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ পৰা অহা বুলি জনা যায়।
উৰুকা
বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ পৰা সৃষ্টি হৈছিল।
মেজি
চাবলৈ ক্লিক কৰক
ৰাজ কুন্দ্ৰাৰ কেচ
Learn more