হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ কৃষ্ণ জন্মাষ্টমী। 

14 AUG 2025

TV9 ASSAM

প্ৰতি বছৰে এই উৎসৱ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখত পৰে।

জন্মাষ্টমী

পঞ্চাঙৰ তথ্য অনুসৰি ১৫ আগষ্টৰ নিশা ১১:৪৯ বজাৰ পৰা আৰম্ভ হ’ব।

জন্মাষ্টমী

 ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰে অসমত।

অসমীয়া কেলেণ্ডাৰ মতে

বৰ্তমান শাওন মাহ শেষ হোৱা নাই, শাওন মাহত অসমত জন্মাষ্টমী পালন নকৰে।

জন্মাষ্টমী

অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। 

কেতিয়া

 ইংৰাজী কেলেণ্ডাৰ অনুসৰি ১৪ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে।

বন্ধ

অৱশ্যে এইবাৰ ১৪ ছেপ্তেম্বৰৰ দিনটোত দেওবাৰ পৰিছে, গতিকে বিদ্যালয় বন্ধ।

বন্ধ

জন্মাষ্টমীত জনাওক শুভেচ্ছা

লগতে পঢ়ক