শিৱ ভক্তৰ বাবে শাওণ মাহটো অতি বিশেষ। 

11  july 2025

TV9 ASSAM

ভগৱান শিৱই ভক্তৰ ভক্তি অতি সহজে গ্ৰহণ কৰে।

শাওণ

কিছুমান যুৱতীয়ে এজন আকাংক্ষিত স্বামী পাবলৈ ষোল্ল সোমবাৰৰ ব্ৰত পালন কৰে।

শাওণ

 ২০২৫ বৰ্ষৰ শাওণ মাহ আৰম্ভ হ'ব ১৮ জুলাইৰ পৰা আৰু শেষ হ’ব ১৭ আগষ্টত। 

অসমীয়া কেলেণ্ডাৰ মতে

অসমীয়া কেলেণ্ডাৰ মতে ২০২৫ বৰ্ষৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ হ'ব ২১ জুলাইত। 

সোমবাৰ

 জীৱনত সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ ভক্তসকলে শাওনৰ সোমবাৰে উপবাসে থাকে।

সোমবাৰ

 এই দিনটোত শিৱলিংগত পানী আগবঢ়োৱা, ব’ল ব’ম যাত্ৰা আদিক বিশেষ গুৰুত্ব দিয়া হয়।

শাওন

হিন্দু ধৰ্মত শাওণ মাহৰ এক বিশেষ গুৰুত্ব আছে। 

শাওন

চাবলৈ ক্লিক কৰক 

প্ৰিয়া নাইৰ কোন?