প্ৰেমানন্দ মহাৰাজে তেওঁৰ প্ৰবচনত বহু কথা কয়।
12 july 2025
TV9 ASSAM
তেওঁৰ প্ৰায় ভিডিঅ' ভাইৰেল হৈ থাকে। য'ত সাধাৰণ জীৱণৰ কথা কয়।
ভক্ত
প্ৰেমানন্দ মহাৰাজৰ সৎসগত দেশ-বিদেশৰ বহু ভক্ত আহে।
ভক্ত
প্ৰেমানন্দ মহাৰাজৰ সৎসগত বহু দেশ-বিদেশৰ ভক্তসকল আহে।
প্ৰেম
তেওঁ কয়, প্ৰতিটো উশাহত ভগৱানৰ নাম লোৱাটো আমাৰ বাবে পৰম সুখ।
ভক্ত
ভগৱানৰ নাম জপ কৰিলে আমাৰ মন শীতল পৰে আৰু ঋণাত্মক চিন্তা আঁতৰে।
মন শীতল
যদি আপুনি আনৰ নিঃস্বাৰ্থ সেৱা কৰিছে তেন্তে সেয়াও প্ৰকৃত সুখ।
সুখ
জ্যেষ্ঠ আৰু বৃদ্ধজনক সন্মান কৰাটো দায়িতা, ই আমাক সুখ দিয়ে।
সন্মান
চাবলৈ ক্লিক কৰক
শাওণত প্ৰতিদিনে এই মন্ত্ৰৰে কৰক দিনটোৰ আৰম্ভণি
Learn more