সেউজীয়া মটৰ মানৱ শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী।

28 DEC 2025

TV9 ASSAM

শীতকালত বজাৰত যথেষ্ঠ পোৱা যায় সেউজীয়া বা কেঁচা মটৰ। এই মটৰৰ বহু উপকাৰিতা আছে।

উপকাৰ

মটৰত প্ৰ'টিন ফাইবাৰ, কেলছিয়াম, আইৰণ আদি থাকে। ইয়াৰোপৰি ভিটামিন A, K, C, B সকলো পোৱা যায়।

উপকাৰ

সেউজীয়া মটৰত বেছিকৈ ভিটামিন চি পোৱা যায়। তথ্যনুসৰি ১০০গ্ৰাম সেউজীয়া মটৰত ১৪.২ মি.গ্ৰা. ভিটামিন চি পোৱা যায়।

উপকাৰ

যিয়ে শক্তি বঢ়ায়, ছাল উজ্জ্বল কৰে, শৰীৰৰ আঘাত ঠিক কৰে লগতে শৰীৰক পোষক তত্ব প্ৰদান কৰে।

উপকাৰ

মটৰে আমাৰ হাড়, চকু, পেশী আদিক শক্তিশালী কৰে। সেউজীয়া মটৰে এনাৰ্জী বুষ্ট কৰাত সহায় কৰে।

উপকাৰ

যিসকল ডায়েবেটিছ ৰোগী বা যিসকলে ডায়েবেটিছৰ সম্ভাৱনা কমাব বিচাৰে তেওঁলোকে নিয়মিত মটৰ খাব পাৰে।

উপকাৰ

সেয়ে সেউজীয়া কেঁচা মটৰ উত্তম খাদ্যৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী । 

উপকাৰ

পঢ়িবলৈ ক্লিক কৰক 

Airtel-এ পৰিছে বিপদত!