প্ৰতিজন ল’ৰা বেলেগ বেলেগ, আৰু ৰুচিও বেলেগ বেলেগ।

22 NOV 2025

TV9 ASSAM

বহু ল’ৰাই প্ৰথমবাৰৰ বাবে ছোৱালীক দেখিলেই তাইৰ প্ৰেমত পৰে।

সমস্যা

আনকি তাইক নিজৰ জীৱন সংগী হিচাপে গঢ়ি তোলাৰ সপোনও দেখে। 

কাৰণ

বহুতৰ মতে হাঁহি থকা ছোৱালী ল'ৰাৰ আকৰ্ষণ হোৱা এটা সাধাৰণ কথা। 

কাৰণ

কিছুমান ল'ৰাই ছোৱালীৰ চুলি দীঘল হ'লে বহুত ভাল পায়। যিয়ে তেওঁক আকৰ্ষণ কৰে।

কাৰণ

কিছুমান ল'ৰাই যুৱতীৰ আচাৰ-ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে, যিয়ে আকৰ্ষণ কৰে।

কাৰণ

খঙাল ছোৱালী, অবুজন ছোৱালী লৰাবোৰে ভাল নাপায়।

সমস্যা

সেয়ে হাঁহি-ধেমালি আৰু ঘৰ ধৰিব পৰা ছোৱালী ল'ৰাবোৰে ভাল পায়।

মনত ৰাখক

লগতে পঢ়ক

GST হ্ৰাস কৰাৰ পিছত স্বাস্থ্য বীমাৰ খৰচ কমিছে নেকি?