মাহেকীয়াৰ সময়ত হৰম’নৰ পৰিৱৰ্তনৰ ফলত মুড ছুইং হয়।

14  Nov 2025

TV9 ASSAM

বিশেষজ্ঞসকলৰ মতে, প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰম (PMS) এই অৱস্থাৰ অন্যতম কাৰণ। 

কাৰণ

কিন্তু এই পদ্ধতিৰে Period Mood Swings নিয়ন্ত্ৰণত ৰখাত সম্ভৱ হ’ব ।

উপায়

মাহেকীয়াত চেনি আৰু অতিৰিক্ত কেফেইন পৰিহাৰ কৰক।

উপায়

পানী খাওক, ডিহাইড্ৰেচনে শৰীৰত ক্লান্তি আৰু খিংখিঙীয়া ভাৱ বৃদ্ধি কৰে। 

উপায়

যোগাসন, খোজ কঢ়া বা ষ্ট্ৰেচিং কৰিলে এণ্ড’ৰ্ফিন হৰম’ন বৃদ্ধি পায়, ফলত মেজাজ ঠিক থাকে।

উপায়

প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি গ’লে হৰম’নৰ ভাৰসাম্য ৰক্ষা হয় আৰু মেজাজ নিয়ন্ত্ৰণত থাকে।

উপায়

পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম আৰু ভিটামিন বি ৬ সেৱন কৰিব লাগে।

উপায়

লগতে পঢ়ক

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাটো কিমান স্বাস্থ্যসন্মত?