শৰীৰক বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰিবলৈ বৃক্ক গুৰুত্বপূৰ্ণ।
16 SEP 2025
TV9 ASSAM
শৰীৰৰ পৰা অলাগতীয়াল সামগ্ৰী আঁতৰাই পেলায়।
বৃক্ক
বৃক্ক সুস্থ ৰাখিবলৈ পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
পানী
বৃক্ক সুস্থ ৰাখিবলৈ কি কি খাব নালাগে জানো আহক।
বৃক্ক
অতিৰিক্ত নিমখে ৰক্তচাপ বৃদ্ধি কৰে আৰু বৃক্কৰ ক্ষতি কৰে।
নাখাব
নুডলচৰ দৰে বস্তুত প্ৰচুৰ পৰিমাণে নিমখ আৰু ময়দা থাকে। সেইবোৰ পৰিহাৰ কৰক।
নাখাব
বৃক্কৰ ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰিলে মিঠাই কম খাব।
নাখাব
কেক, বিস্কুট, পেষ্ট্ৰি আৰু শীতল পানীয়ৰ দৰে বস্তুবোৰত চেনি থাকে।
নাখাব
লগতে পঢ়ক
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনক এইদৰে দিয়ক শুভেচ্ছা…
Learn more