মহিলাসকলৰ মাহেকীয়া হৈছে এক স্বাভাৱিক প্ৰক্ৰিয়া।
1 May 2025
TV9 ASSAM
এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।
মাহেকীয়া
মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়। বহু মহিলাৰ অসহ্যকৰ বিষ হয়।
সমস্যা
মাহেকীয়াৰ সময়ত মহিলাসকলে খাদ্যৰ প্ৰতি যথেষ্ঠ গুৰুত্ব দিয়া উচিত।
খাদ্য
গৰম পানী খোৱা আৰু তলপেটত গৰম পানীৰ বেগেৰে সেক দিব লাগে।
আৰাম পাব
এই সময়ছোৱাত যথেষ্ঠ তেলীয়া খাদ্য আৰু জাং ফুডৰ পৰা আঁতৰত থাকক।
অনুচিত
অত্যাধিক কেফেই থকা পানীয় আৰু মাদকদ্ৰৱ্য সেৱন কৰিব নালাগে।
অনুচিত
এই সময়ছোৱাত শৌচ-প্ৰস্ৰাৱ য'তে-ত'তে কৰিব আৰু ঠাণ্ডা নলগাব।
অনুচিত
চাবলৈ ক্লিক কৰক
৫ অভ্যাসে সলনি কৰিব পাৰে সকলো
Learn more