শাওন মাহ ভোলানাথৰ অত্যন্ত প্ৰিয় মাহ।
16 july 2025
TV9 ASSAM
শিৱক প্ৰসন্ন কৰাৰ বাবে পূজা–অৰ্চনা কৰাৰ লগতে ব্ৰত পালন কৰে।
শাওন
জীৱনৰ আৰ্থিক স্থিতি টনকিয়াল কৰিবলৈ বাচি লওক এই দুটা উপায়।
মেষ ৰাশিৰ লোক
মেষ ৰাশিৰ লোকসকলে এই উপায় অবলম্বন কৰিলে মানসিক শান্তি লাভ কৰে।
শাওন
শাওনত সঠিক নিয়মত মেষ ৰাশিৰ লোকসকলে পূজা কৰিলে জীৱনত স্থিৰতা আহে।
স্থিৰতা
পানী আৰু গুড় মিহলাই শিৱলিংগত অৰ্পন কৰক। মনোকামনা পূৰণ হ'ব।
মেষ ৰাশি
ইয়াৰ ফলত আপুনি মনে বিচৰা সকলো বস্তু পাব জীৱনত।
পালন কৰক
মেষ ৰাশিৰ লোকসকলে ৰঙা ফুল শিৱলিংগত অৰ্পন কৰিব পাৰে।
শুভ
চাওক এই লিংকত
প্ৰত্যাবৰ্তন হ’ব নেকি বিৰাট কোহলিৰ?
Learn more