বিবাহৰ লগত সকলোৰে বহু সপোন জড়িত হৈ থাকে।
15 july 2025
TV9 ASSAM
বিয়াৰ পূৰ্বে আমি জীৱন সংগীৰ কিছুমান কথা জনাটো দৰকাৰ।
জীৱন সংগী
এজন ব্যক্তিৰ স্বভাৱ আৰু সম্পৰ্কৰ ওপৰত থকা প্ৰভাৱ কথা পাতিলে গম পোৱা যায়।
এই সন্দৰ্ভ প্ৰেমানন্দ মহাৰাজে কয়,
বিবাহৰ সিদ্ধান্তটো গুৰুত্বপূৰ্ণ হৈ পৰে আৰু যদি আপুনি খৰখেদাকৈ ভুল সংগী বাছি লয়।
সিদ্ধান্ত
জীৱন সংগী এনেকুৱা বিচৰা উচিত যিয়ে ধৰ্মৰ মাৰ্গত খোজ ৰাখে বা অনুসৰণ কৰে।
ধৰ্ম
প্ৰেমানন্দ মহাৰাজে কয়, জীৱন সংগীয়ে যেন নৈতিকতা,ধৰ্ম আৰু সত্যৰ পৰা বিচলিত নকৰে।
মূল পথ
তেওঁৰ মতে, বাহ্যিকতাকৈ ব্যক্তিজনৰ ব্যৱহাৰ, গুণ, চৰিত্ৰ আৰু আস্থাৰ বিষয়ে জানক।
শিৱ পূজা
প্ৰেমানন্দ মহাৰাজৰ এই বাণী শুনিলে বিয়াৰ পিছত ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ’ব লগীয়া নহয়।
বচন
চাওক এই লিংকত
জন আব্ৰাহামৰ ব্যক্তিগত জীৱন
Learn more