22 Jan 2026
TV9 ASSAM
হনুমান চালিছা জপ কৰাক ভগৱান হনুমানক সন্তুষ্ট কৰাৰ আৰু তেওঁৰ আশীৰ্বাদ বিচৰাৰ অন্যতম সহজ উপায় বুলি বিশ্বাস কৰা হয়। ইয়াৰোপৰি চাকি শুদ্ধ তেলেৰে জ্বলাওক।
হনুমানৰ আশীৰ্বাদ বিচৰা ভক্তসকলে কিছু নিয়ম আৰু শুদ্ধ নিৰ্দেশনা পালন কৰি নিতৌ হনুমানক শুদ্ধকৈ পূজা কৰিব লাগে।
হনুমানক মঙলবাৰে পূজা কৰা হয়। এই দিনটোত হনুমানক চামেলিৰ তেলেৰে চাকি জ্বলাই দিব লাগে।
হনুমানক মঙলবাৰে পূজা কৰা হয়। এই দিনটোত হনুমানক চামেলিৰ তেলেৰে চাকি জ্বলাই দিব লাগে।
বিশ্বাস কৰা হয় যে, চামেলিৰ তেলৰ চাকি জ্বলালে হনুমান শীঘ্ৰে প্ৰসন্ন হয়। ইয়াৰোপৰি সকলো মংগলৰ দোষ দূৰ হয়।
হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত।
তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা!
চাবলৈ ক্লিক কৰক