শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক... |  What is the result of offering which thing on shivling know here in Assamese

শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়?

3 May 2025

Tv9-Assam-Logo

TV9 ASSAM

Sawan Month Offerings On Shivling

শিৱলিংগত পানী আগবঢ়ালে স্বভাৱ শান্ত হয়। আচৰণ ভাল হয়।

পানী

Shivling Abhishek

শিৱলিংগত গাখীৰ আগবঢ়ালে সু-স্বাস্থ্যৰ বৰদান লাভ হয়।

গাখীৰ

When We Should Not Do Abhishek Shivling

ভগৱান শিৱক দৈৰে অভিষেক কৰালে স্বভাৱ গহীন-গম্ভীৰ হয়।

দৈ

চেনী আগবঢ়ালে সুখ-সমৃদ্ধিৰ আগমণ ঘটে।

চেনী

ভগৱান শিৱক মৌ অৰ্পণ কৰিলে কথা ৰসাল হয়।

মৌ

সুগন্ধি আগবঢ়ালে আমাৰ বিচাৰ শুদ্ধ হয়।

সুগন্ধি

ভগৱান শংকৰক কেশৰ অৰ্পণ কৰিলে নম্ৰ, দয়ালু ভাৱ আহে।

কেশৰ

শিৱলিংগত ঘিউ আগবঢ়ালে শক্তি বৃদ্ধি হয়।

ঘিউ

চাবলৈ ক্লিক কৰক 

 হনুমানৰ পূজা