মহিলাসকলৰ মাহেকীয়া হোৱাত স্বাভাৱিকতে ২৮-২৯ দিনৰ ব্যৱধান থাকে। 

13  May 2025

TV9 ASSAM

কিন্তু যদি মাহেকীয়া হোৱাৰ ব্যৱধান বেছি হয় তেন্তে সমস্যা হ'ব পাৰে।

সাৱধান

যদি আপোনাৰ নিয়মিতভাৱে মাহেকীয়া নহয়, তেন্তে আপুনি বহুতো কথাত গুৰুত্ব দিব।

মনত ৰাখক

ভিটামিন চি সমৃদ্ধ ফল খাব কালে মাহেকীয়া নিয়মিত হয়।

ফল-মূল

এক মাহ নিয়মিয়াকৈ অমিতা খালে হাতে হাতে ভাল ফল পাবই। 

অমিতা

অনিয়মীয়া মাহেকীয়া আদা খালে নিয়মীয়া কৰাত সহায় কৰে ।

আদা

বিটেও সহায় কৰে, ইয়াত পুষ্টিকৰ উপাদান আৰু আইৰণ, ফলিক এচিড আদি থাকে।

বিট

 মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়।

বিট

চাবলৈ ক্লিক কৰক 

সোণৰ মূল্য