গৰমত তৰমুজৰ যথেষ্ঠ জনপ্ৰিয়তা বাঢ়ে। 

4 july 2025

TV9 ASSAM

ভাৰতৰ দৰে পাকিস্তানতো এই ফলৰ যথেষ্ঠ জনপ্ৰিয়তা।

তৰমুজ

আজি জানো আহক পাকিস্তানত 1KG তৰমুজৰ মূল্য কিমান।

তৰমুজ

১ KG তৰমুজৰ দাম পাকিস্তানত ১০০PKR চলি আছে।  ১০০PKR ভাৰতীয় টকাত মাত্ৰ ৩০ টকা।

ক্ৰপ চাইন্সৰ তথ্যনুসৰি,

ভাৰতত ১ কিঃগ্ৰাঃ তৰমুজৰ মূল্য আৰু পাকিস্তানৰ তৰমুজৰ মূল্য প্ৰায় একেই।

তৰমুজ

তৰমুজৰ উপকাৰ যথেষ্ঠ বেছি, সেয়ে গৰম দিনত ই উত্তম।

উত্তম

তৰমুজে আমাৰ শৰীৰত পানীৰ অভাৱ দূৰ কৰে।

উপকাৰ

সেয়েহে ভাৰত আৰু পাকিস্তানত গ্ৰীষ্মকালত তৰমুজ সমানে জনপ্ৰিয়।

জনপ্ৰিয়

চাবলৈ ক্লিক কৰক 

ভাৰতৰ সৈতে চুক্তি হ'ব নেকি আমেৰিকাৰ?