মহানগৰ, চহৰ, গাঁৱে-ভূঞে সকলোতে মহে বংশ বৃদ্ধি কৰিছে।

16 SEP 2025

TV9 ASSAM

মহে কামুৰাৰ ফলত মানুহৰ শৰীৰত মেলেৰিয়া, ডেংগু আদি ৰোগৰ সংক্ৰমণ হয়।

সংক্ৰমণ

ডেংগুৰ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে।

ডেংগু

এডিছ মহৰ কেইবাটাও প্ৰকাৰ, ঘাইকৈ এডিছ ইজিপ্টিয়ে ডেংগু বিয়পায়।

সংক্ৰমণ

এই ৰোগৰ বিজাণু বহন কৰা মহৰপৰা নিজকে ৰক্ষা কৰা।

প্ৰতিৰোধ

বহু দিন ঢাকি ৰখা বা ওচৰে পাজৰে পানী জমা হ’বলৈ নিদিব।

প্ৰতিৰোধ

দিনত যদিহে টোপনি মৰাৰ অভ্যাস আছে তেন্তে আঠুৱা ব্যৱহাৰ কৰক।

প্ৰতিৰোধ

ঘৰৰ চৌপাশৰ অলাগতীয়াল হাবি বন কাটি চাফা কৰিব।

প্ৰতিৰোধ

লগতে পঢ়ক

আপোনাৰ দাঁত হালধীয়া পৰিছে নেকি?