কলৰ সৈতে জালুক মিহলাই খালে কি হ’ব? 

12  NOV 2025

TV9 ASSAM

Photos Credit: Getty, Unsplash

ফল-মূলক সদায় আমাৰ স্বাস্থ্যৰ বাবে ঔষধ হিচাপে গণ্য কৰা হৈছে। মিঠা আৰু পুষ্টিকৰ উপাদানৰ ভঁৰাল। এনে ফলৰ ভিতৰত কল অন্যতম। বৰ সোৱাদযুক্ত। দৈনিক কল খাব লাগে।

কল স্বাস্থ্যকৰ

আজি আমি আপোনালোকক কলৰ সৈতে জালুক খালে কি কি লাভ হ'ব পাৰে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক যাতে আপোনাৰ হাতত সঠিক তথ্য থাকিব পাৰে।

কলত জালুক যোগ দিয়া

কলত পটাছিয়াম, ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, মেগনেছিয়াম, ফাইবাৰ, মেংগানিজ, আইৰণ, এন্টিঅক্সিডেন্ট আদি পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহে অতি ভয়াৱহ ৰোগতো আৰোগ্য কৰিব পাৰে।

কলত থকা পুষ্টি

জালুকত মূলতঃ মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম, আইৰণ, জিংক, মেংগানিজ, ভিটামিন এ, ভিটামিন কে, ভিটামিন ই, ভিটামিন বি কমপ্লেক্স আৰু পাইপেৰিন নামৰ এক সক্ৰিয় যৌগ আদি পুষ্টিকৰ উপাদান থাকে।

জালুক

আজিকালি মানুহ ক্ৰমান্বয়ে হৃদৰোগৰ বলি হৈছে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ জালুক মিহলাই কল খাব লাগে কাৰণ ইয়াত পটাছিয়াম থাকে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

কল আৰু জালুক জলকীয়া দুয়োবিধতে প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, আৰু কেলচিয়ামক হাড়ৰ ঔষধ হিচাপে গণ্য কৰা হয়। সেয়েহে হাড় মজবুত কৰিবলৈ জালুক মিহলাই কল খাব লাগে।

মজবুত হাড়

প্ৰায়ে ৰক্তহীনতাত ভুগি থকা লোকসকলে খাদ্যত জালুক থকা কল অন্তৰ্ভুক্ত কৰিব লাগে। এই দুয়োবিধ খাদ্যতে প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ইয়াৰ দ্বাৰা যথেষ্ট সকাহ পোৱা যাব।

ৰক্তহীনতা

তেজ গোট মাৰিলে শৰীৰত  কি কি লক্ষণে দেখা দিয়ে?

চাবলৈ ক্লিক কৰক